বিশ্বায়ন । Globalisation
Q.1. বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ ভূমিকাৰ কেনেদৰে পৰিবৰ্তন হৈছে আলোচনা কৰা । Ans: বিশ্বায়নে ৰাষ্ট্ৰৰ ৰাজনীতিৰ তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণে প্রভাব পেলাইছে। এই প্রভাৱ সম্পর্কে বিভিন্ন বিতর্ক পৰিলক্ষিত হয়। বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ পৰিবৰ্তিত ভূমিকাৰ সম্পর্কে নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি। প্রাথমিক স্তৰত, বিশ্বায়নে জাতীয় ৰাষ্ট্ৰ সমূহৰ ক্ষমতা সংকুচিত কৰিছে । বিশ্বায়নৰ প্ৰভাৱত ৰাষ্ট্ৰৰ কাৰ্যাৱলীৰ […]