H.S 2nd Year

ক্ষমতাৰ বিকল্প কেন্দ্ৰসমূহ । Contemporary Centre of Power

Q.1 ভাৰত আৰু জাপানৰ সম্পৰ্ক আলোচনা কৰা । Ans: ভাৰত আৰু জাপানৰ মাজত এক ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে আৰু বছৰৰ পিছত বছৰ ধৰি তেওঁলোকৰ কূটনৈতিক সম্পৰ্ক শক্তিশালী হৈ আহিছে। অৰ্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা, আৰু সাংস্কৃতিক বিনিময় আদি তেওঁলোকৰ অংশীদাৰিত্বৰ মূল দিশ। ইয়াৰ উপৰিও ভাৰত আৰু জাপানে প্ৰায়ে আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত সহযোগিতা কৰে । […]

ক্ষমতাৰ বিকল্প কেন্দ্ৰসমূহ । Contemporary Centre of Power Read More »

সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

Q.১. সন্ত্ৰাসবাদৰ বৈশিষ্ট সমূহ আলোচনা কৰা Ans: ১. হিংসা আৰু ভয়-ভাবুকি: সন্ত্ৰাসবাদে হিংসাত্মক কাৰ্য বা ভাবুকিৰ ব্যৱহাৰ কৰি ভয় আৰু আতংক সৃষ্টি কৰা। ২. লক্ষ্য হিচাপে সাধাৰণ নাগৰিক: ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটোৱে সন্ত্ৰাসবাদক পৃথক কৰে‌। যাৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত সঁহাৰিৰ সৃষ্টি কৰা বা ভয়ৰ সৃষ্টি কৰা। ৩. ৰাজনৈতিক, ধৰ্মীয় বা মতাদৰ্শগত প্ৰেৰণা:

সাম্প্ৰতিক বিশ্বত নিৰাপত্তা Read More »

গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি

1. মৰ্চা চৰকাৰ বুলিলে কি বুজা । Ans: যেতিয়া কোনো এটা নিৰ্বাচনত কোনো দলে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰে তেতিয়া একে নীতি আৰু আদৰ্শত বিশ্বাসী কিছুমান দল একেলগ হৈ চৰকাৰ গঠন কৰে  ।এনে চৰকাৰক মৰ্চা চৰকাৰ বোলে। 2. মৰ্চা চৰকাৰৰ বৈশিষ্ট্য আলোচনা কৰা । Ans: ভাৰতৰ মৰ্চা চৰকাৰৰ কেইটামান উল্লেখনীয় বৈশিষ্ট্য তলত আলোচনা কৰা হ’ল।

গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি Read More »

বিশ্ব ৰাজনীতিত পৰিবেশ আৰু প্ৰাকৃতিক সম্পদ

Q.1: পাৰিপাৰ্শ্বিকতা সংৰক্ষনৰ কাৰণে বিশ্বৰ কোন অংশৰ দায়িত্ব আছে । Ans: পৰিৱেশ সুৰক্ষা বিশ্বৰ সকলো দেশ আৰু অঞ্চলৰ এক বিশ্বব্যাপী দায়িত্ব। কিন্তু বাস্তৱিক ক্ষেত্ৰত পৰিৱেশ সুৰক্ষা বিষয়টো অত্যন্ত জটিল। সমগ্র বিষয়টো উত্তৰৰ ধনী,উন্নত ৰাষ্ট্ৰ আৰু দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰৰ মাজৰ অসমতাৰে পৰিপূৰ্ণ । পাৰিবেশিক ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত উত্তৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগীত পাৰ্থক্য আছে আৰু এই পাৰ্থক্যৰ

বিশ্ব ৰাজনীতিত পৰিবেশ আৰু প্ৰাকৃতিক সম্পদ Read More »

আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত

Question 1 – উত্তৰ-পূব ভাৰতৰ ৰাজনীতি‌ আৰু অঞ্চলটোৰ স্বায়ত্ত্বশাসনৰ দাবীৰ বিষয়ে লিখা   Answer :- ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত ‘সাতভনী’ ৰাজ্যকেইখন একেলগে উত্তৰ-পূৰ্বাঞ্চল আখ্যা দিয়া হয়। অসম, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সামৰি উত্তৰ-পূৰ্বাঞ্চল গঠিত হৈছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতে উত্তৰ-পূবত স্বতন্ত্ৰতাৰ দাবী উত্থাপিত হয়।ক্রমাগত দাবীৰ ফলস্বৰূপে উত্তৰ-পূবত সাতখন ৰাজ্য গঠন হ’ল

আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত Read More »

বিশ্বায়ন । Globalisation

Q.1. বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ ভূমিকাৰ কেনেদৰে পৰিবৰ্তন হৈছে আলোচনা কৰা । Ans:  বিশ্বায়নে ৰাষ্ট্ৰৰ ৰাজনীতিৰ তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণে প্রভাব পেলাইছে। এই প্রভাৱ সম্পর্কে বিভিন্ন বিতর্ক পৰিলক্ষিত হয়। বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ পৰিবৰ্তিত ভূমিকাৰ সম্পর্কে নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি।  প্রাথমিক স্তৰত, বিশ্বায়নে জাতীয় ৰাষ্ট্ৰ সমূহৰ ক্ষমতা সংকুচিত কৰিছে । বিশ্বায়নৰ প্ৰভাৱত ৰাষ্ট্ৰৰ কাৰ্যাৱলীৰ

বিশ্বায়ন । Globalisation Read More »

পৰিকল্পিত বিকাশৰ ৰাজনীতি

Q.1. ভাৰতৰ পৰিকল্পনা আয়োগৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা?  Ans: ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে 1950 চনৰ 15 মাৰ্চত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল। ই এটা অতি শক্তিশালী সংস্থা আছিল । পৰিকল্পনা আয়োগত এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু দহ জন সদস্য আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ অধ্যক্ষ। এই আয়োগ সংসদৰ কোনো আইনৰ দ্বাৰা সৃষ্টি হোৱা নাই

পৰিকল্পিত বিকাশৰ ৰাজনীতি Read More »

এটা দলৰ আধিপত্যৰ যুগ

1. ভাৰতত/গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা  Ans: গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰে। ভাৰতবৰ্ষত চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়ললৈকে স্বীকৃতি কোনো বিৰোধী দল নাছিল যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছক বাদ দি কোনো দলেই প্ৰযাপ্ত আসন লাভ কৰা নাছিল।  প্ৰকৃততে ১৯৭৭ চনৰ

এটা দলৰ আধিপত্যৰ যুগ Read More »

শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া

1. দক্ষিণ এছিয়াত সহযোগিতা আৰু শান্তি স্থাপনত SAARC ৰ ভূমিকা আলোচনা কৰা । Ans: ১৯৮৫ চনৰ ডিচেম্বৰত বাংলাদেশৰ ঢাকাত সাতখন ৰাষ্ট্ৰক লৈ গঠন হোৱা ‘South Asian Association for Regional Co-operation চমুকৈ SAARC-এ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু শান্তি স্থাপনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সেই সমূহ তলত উল্লেখ কৰা হল – 1. দক্ষিণ এছিয়াৰ

শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া Read More »

Chapter – 2 জাতি গঠনৰ প্ৰত্যাহ্বান । Nation Building and It’s Problem

1. দ্বি জাতি তত্ত্ব কি ? (What is Two Nations Theory) দ্বি জাতি তত্ত্ব ১৯৪৭ চনৰ ভাৰত বিভাজনৰ মূল কাৰক আছিল। এই তত্ত্ব মুছলীম লীগৰ নেতা মহম্মদ আলী জিন্নাই আগবঢ়াইছিল। এই তত্ত্ব অনুসৰি মুছলমান আৰু হিন্দু দুটা সম্পূৰ্ণ সুকীয়া জাতি আৰু সেয়ে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰৰ সুৰক্ষাৰ বাবে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ সামৰি

Chapter – 2 জাতি গঠনৰ প্ৰত্যাহ্বান । Nation Building and It’s Problem Read More »

error: Content is protected !!