আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত
Question 1 – উত্তৰ-পূব ভাৰতৰ ৰাজনীতি আৰু অঞ্চলটোৰ স্বায়ত্ত্বশাসনৰ দাবীৰ বিষয়ে লিখা Answer :- ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত ‘সাতভনী’ ৰাজ্যকেইখন একেলগে উত্তৰ-পূৰ্বাঞ্চল আখ্যা দিয়া হয়। অসম, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সামৰি উত্তৰ-পূৰ্বাঞ্চল গঠিত হৈছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতে উত্তৰ-পূবত স্বতন্ত্ৰতাৰ দাবী উত্থাপিত হয়।ক্রমাগত দাবীৰ ফলস্বৰূপে উত্তৰ-পূবত সাতখন ৰাজ্য গঠন হ’ল […]
আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত Read More »