ক্ষমতাৰ বিকল্প কেন্দ্ৰসমূহ । Contemporary Centre of Power

Q.1 ভাৰত আৰু জাপানৰ সম্পৰ্ক আলোচনা কৰা । Ans: ভাৰত আৰু জাপানৰ মাজত এক ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে আৰু বছৰৰ পিছত বছৰ ধৰি তেওঁলোকৰ কূটনৈতিক সম্পৰ্ক শক্তিশালী হৈ আহিছে। অৰ্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা, আৰু সাংস্কৃতিক বিনিময় আদি তেওঁলোকৰ অংশীদাৰিত্বৰ মূল দিশ। ইয়াৰ উপৰিও ভাৰত আৰু জাপানে প্ৰায়ে আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত সহযোগিতা কৰে ।

ক্ষমতাৰ বিকল্প কেন্দ্ৰসমূহ । Contemporary Centre of Power Read More »

ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণা : পশ্চিমীয়া বনাম ভাৰতীয় আৰ্হি । Political Science Project for Class 11 Assamese Medium

ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণা : পশ্চিমীয়া বনাম ভাৰতীয় আৰ্হি   কৃতজ্ঞতা স্বীকাৰ মই প্ৰথমে … উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক ……… ছাৰ আৰু বিদ্যালয়ৰ অধ্যক্ষ মহোদয় শ্ৰীযুত….. ছাৰক আন্তৰিক ধন্যবাদ যাচিছো কাৰণ অধ্যক্ষ মহোদয় আৰু ছাৰৰ তত্ত্বাৱধানত মই মোৰ প্ৰকল্পটিক সম্পুৰ্ণ ৰূপ দিবলৈ সমর্থ হলো আৰু লগতে বিদ্যালয়ৰ শিক্ষাগুৰু সকল, মোৰ পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধবী

ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণা : পশ্চিমীয়া বনাম ভাৰতীয় আৰ্হি । Political Science Project for Class 11 Assamese Medium Read More »

সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

Q.১. সন্ত্ৰাসবাদৰ বৈশিষ্ট সমূহ আলোচনা কৰা Ans: ১. হিংসা আৰু ভয়-ভাবুকি: সন্ত্ৰাসবাদে হিংসাত্মক কাৰ্য বা ভাবুকিৰ ব্যৱহাৰ কৰি ভয় আৰু আতংক সৃষ্টি কৰা। ২. লক্ষ্য হিচাপে সাধাৰণ নাগৰিক: ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটোৱে সন্ত্ৰাসবাদক পৃথক কৰে‌। যাৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত সঁহাৰিৰ সৃষ্টি কৰা বা ভয়ৰ সৃষ্টি কৰা। ৩. ৰাজনৈতিক, ধৰ্মীয় বা মতাদৰ্শগত প্ৰেৰণা:

সাম্প্ৰতিক বিশ্বত নিৰাপত্তা Read More »

গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি

1. মৰ্চা চৰকাৰ বুলিলে কি বুজা । Ans: যেতিয়া কোনো এটা নিৰ্বাচনত কোনো দলে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰে তেতিয়া একে নীতি আৰু আদৰ্শত বিশ্বাসী কিছুমান দল একেলগ হৈ চৰকাৰ গঠন কৰে  ।এনে চৰকাৰক মৰ্চা চৰকাৰ বোলে। 2. মৰ্চা চৰকাৰৰ বৈশিষ্ট্য আলোচনা কৰা । Ans: ভাৰতৰ মৰ্চা চৰকাৰৰ কেইটামান উল্লেখনীয় বৈশিষ্ট্য তলত আলোচনা কৰা হ’ল।

গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি Read More »

বিশ্ব ৰাজনীতিত পৰিবেশ আৰু প্ৰাকৃতিক সম্পদ

Q.1: পাৰিপাৰ্শ্বিকতা সংৰক্ষনৰ কাৰণে বিশ্বৰ কোন অংশৰ দায়িত্ব আছে । Ans: পৰিৱেশ সুৰক্ষা বিশ্বৰ সকলো দেশ আৰু অঞ্চলৰ এক বিশ্বব্যাপী দায়িত্ব। কিন্তু বাস্তৱিক ক্ষেত্ৰত পৰিৱেশ সুৰক্ষা বিষয়টো অত্যন্ত জটিল। সমগ্র বিষয়টো উত্তৰৰ ধনী,উন্নত ৰাষ্ট্ৰ আৰু দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰৰ মাজৰ অসমতাৰে পৰিপূৰ্ণ । পাৰিবেশিক ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত উত্তৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগীত পাৰ্থক্য আছে আৰু এই পাৰ্থক্যৰ

বিশ্ব ৰাজনীতিত পৰিবেশ আৰু প্ৰাকৃতিক সম্পদ Read More »

আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত

Question 1 – উত্তৰ-পূব ভাৰতৰ ৰাজনীতি‌ আৰু অঞ্চলটোৰ স্বায়ত্ত্বশাসনৰ দাবীৰ বিষয়ে লিখা   Answer :- ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত ‘সাতভনী’ ৰাজ্যকেইখন একেলগে উত্তৰ-পূৰ্বাঞ্চল আখ্যা দিয়া হয়। অসম, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সামৰি উত্তৰ-পূৰ্বাঞ্চল গঠিত হৈছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতে উত্তৰ-পূবত স্বতন্ত্ৰতাৰ দাবী উত্থাপিত হয়।ক্রমাগত দাবীৰ ফলস্বৰূপে উত্তৰ-পূবত সাতখন ৰাজ্য গঠন হ’ল

আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত Read More »

error: Content is protected !!