Explore India Quiz Time Class 8 Question Answer

Explore India Quiz Time Class 8 Question Answer

1. Answer the following questions with information from the lesson.

(পাঠটিৰ‌ সহায়ত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা )

(a) What is a quiz? (কুইজ কি? )

Ans:- A quiz is a form of game or competition where the knowledge of the participants is tested by asking some questions.

কুইজ হৈছে এক প্ৰকাৰৰ খেল বা প্ৰতিযোগিতা য’ত অংশগ্ৰহণকাৰীসকলৰ জ্ঞান কিছুমান প্ৰশ্ন সুধি পৰীক্ষা কৰা হয়।

(b) How many school teams participated in the quiz programme for the selection phase?

(কিমানখন স্কুলৰ দলে কুইজ প্রতিযোগিতাৰ নিৰ্বাচন প্রক্রিয়াত অংশগ্ৰহণ কৰিছিল? )

Ans:- Five school teams participated in the quiz programme for the selection phase.

(৫ খন স্কুলৰ দলে কুইজ প্রতিযোগিতাৰ নির্বাচন প্রক্রিয়াত অংশগ্ৰহণ কৰিছিল। )

(c) Who was the Quizmaster ?

(কুইজ মাষ্টাৰ জন কোন আছিল? )

Ans:- Mr. P.K. Baruah was the Quizmaster.

(মিষ্টাৰ পি.কে. বৰুৱা আছিল কুইজমাষ্টাৰ )

(d) What were the rules of the quiz as announced by the Scorer Aparna?

( অপর্ণাই ঘোষণা কৰা অনুসৰি কুইজ প্ৰতিযোগিতাৰ নিয়মসমূহ কি কি আছিল?)

Ans:- Aparna announced that there will be five rounds in the quiz competition. In each round, each team will get one direct question carrying 10 marks.

For every passed over the question, five marks will be awarded. There will be no negative marks for a wrong answer. Each team will get only ten seconds to answer a question. The highest scorer team will be the winner of the competition.

( অপর্ণাই ঘোষণা কৰিছিল যে কুইজ প্রতিযোগিখন পাঁচটা পর্যায়ত অনুষ্ঠিত হ’ব । প্রত্যেক প্রর্য্যায়ত প্ৰতিটো দলক একোটা প্রত্যক্ষ প্রশ্ন সুধা হ’ব, প্রত্যেক শুদ্ধ উত্তৰৰ বাবদ দলবোৰে দহ নম্বৰকৈ লাভ কৰিব।

দল বাগৰি অহা প্ৰশ্নৰ বাবদ পাঁচ নম্বৰ লাভ কৰিব । ভুল উত্তৰৰ বাবে কোনো ধৰণৰ ঋনাত্মক নম্বৰ প্ৰদান কৰা নহয়। প্রত্যেক দলে উত্তৰ দিবৰ বাবে দহ ছেকেণ্ড সময় লাভ কৰিব। সর্বোচ্চ নম্বৰ লাভ কৰা দলটিক বিজয়ী দল হিচাপে ঘোষণা কৰা হ’ব। )

(e) Which team was the winner of the state level school Quiz Competition?

( কোনটো দলে আন্তঃৰাজ্যিক বিদ্যালয় কুইজ প্রতিযোগিতাত জয় লাভ কৰিছিল?)

Ans:- Team D from R.K.M School, Cachar was the winner of the State Level Quiz Competition with the highest fifty marks.

(কাচাৰৰ‌‌ R.K.M School (Team D) সৰ্বাধিক পঞ্চাশ নম্বৰৰ সৈতে ৰাজ্যিক পৰ্যায়ৰ কুইজ প্রতিযোগিতাত জয় লাভ কৰিছিল। )

Q.2. How well do you know your country? Complete the following sentences. They are from the lesson and are about our country.

(a) The ancient name of Assam was Kamrup. It was also known as__

(অসমৰ পুৰণি নাম আছিল কামৰূপ। ইয়াক____ নামেৰে জনা গৈছিল। )

Ans:- Pragjyotishpur (প্ৰাগজ্যোতিষপুৰ)

(b) Su-ka-pha established the Ahom Kingdom in Assam in the year_____

(চুকাফাই অসমত আহোম সাম্রাজ্য স্থাপন কৰিছিল চনত____? )

Ans:- 1228 A.D. ( ১২২৮ এ.ডি.)

(c) ————-does not share its border with Assam.)

Ans:- Myanmar (ম্যানমাৰ ) ।

(d) The capital of Assam during the Ahom rule was___

(বৃটিছ শাসনৰ সময়ত অসমৰ ৰাজধানী আছিল ——–।)

Ans:- Rangpur ( ৰংপুৰ )

(e) The colours of our tricolour National flag are__, __ and____

আমাৰ ত্ৰিৰংগা জাতীয় পতাকাখনৰ ৰংসমূহ হৈছে আৰু

Ans:- Saffron, white and green. ( গেৰুৱা, বগা আৰু সেউজীয়া )

(f) White stands for__ and__

(বগা ৰংঙে —— আৰু — সূচায়)

Ans:- Peace and truth

(শান্তি আৰু সত্য)

(g) Mahatma Gandhi was born in___ in the state of___

(মহাত্মা গান্ধী — ৰাজ্যত জন্মগ্রহণ কৰিছিল।)

Ans:- Porbandar, Gujarat (পোৰবন্দৰ, গুজৰাট। )

(h) Amritsar in Punjab is famous for the___ of the___ (পঞ্জাৱৰ অমৃতসৰ ——ৰ বাবে বিখ্যাত)

Ans:- Golden Temple, Sikhs. ( স্বর্ণ মন্দিৰ, শিখসকলৰ )

(i) The largest population of Indian rhinos can be seen in__

( ভাৰতৰ গড়ৰ সৰ্বাধিক সংখ্যা —— ত দেখা পোৱা যায়।)

Ans:- Kaziranga National Park. (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান )

(j) The ancient name of Patna, the capital of Bihar, was___

বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম আছিল ——–)

Ans:- Patliputra. (পাটলিপুত্র )

(k) The Qutub Minar, the world’s tallest free-standing stone tower was built in_ by _)

Ans:- 1193, Qutubuddin Aibak.

( ১৯৯৩ চনত, কুটুবুদ্দিন আইবাক।)

Q.5. (a) Imagine you are a member of the literary and cultural forum of your school. In groups, draft a notice inviting participants to join the Zonal Level Quiz Competition to be held on the occasion of Gandhi Jayanti on October 2nd, Monday at 10 a.m. Write all the important information about the quiz on the noticeboard.

( ধৰি লোৱা তুমি বিদ্যালয়ৰ সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ এজন সদস্য। 2 অক্টোবৰ, সোমবাৰে 10 বজাত গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত হ’বলগীয়া আঞ্চলিক পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় এখন জাননীৰ খচৰা প্ৰস্তুত কৰা। জাননীবৰ্ডত কুইজৰ বিষয়ে সকলো গুৰুত্বপূৰ্ণ তথ্য লিখা।)

Ans:

ZONAL LEVEL QUIZ COMPETITION:

This is for information to all concerned that Zonal Level Quiz Competition is going to be held on October, 2nd Monday on the occasion of Gandhi Jayanti at our school. The competition shall begin from 10 a.m. on that notified day.

Interested participants are asked to join immediately. Each team shall have two members each. The joining fee is fixed as rupees fifty only.

ইয়াৰ দ্বাৰা জনোৱা হয় যে আমাৰ বিদ্যালয়ত গান্ধী জয়ন্তী উপলক্ষে 2 অক্টোবৰ সোমবাৰে আঞ্চলিক পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন 10 বজাৰ পৰা আৰম্ভ হ’ব।

আগ্ৰহী অংশগ্ৰহণকাৰীসকলক অতি সোনকালে ‌যোগদান কৰিবলৈ জনোৱা হল। প্ৰতিটো দলৰ দুজনকৈ সদস্য থাকিব। যোগদান মাচুল কেৱল মাত্ৰ পঞ্চাশ টকা ।

error: Content is protected !!