Assamese Lesson Plan for B.Ed Students

Are you looking for the Assamese Lesson Plan? In this article, you will get Assamese Lesson Plan for B.Ed Students.

Also Read

Assamese Lesson Plan for B.Ed Students

পাঠ আঁচনি-1

বিদ্যালয়ৰ নাম-বিষয়-অসমীয়া
শ্ৰেণী-ষষ্ঠ  কিতাপৰ নাম-অংকুৰণ
 ছাত্ৰ-ছাত্ৰীৰ সংখ্যা-পাঠতিৰ নাম-সা্বাটোতকৈ আপোন
বয়সৰ গড়-কবি-   নৱকান্ত বৰুৱা
 সময়-শিক্ষৰ নাম-
  তাৰিখ-
  

সাধাৰণ উদ্দেশ্য

1.পাঠতিৰ জৰিয়তে ছাত্র -ছাত্ৰী সকলে স্বদেশ প্ৰেমৰ নিভাঁজ ৰূপ উপলব্ধি কৰিব পাৰিব।

2.মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা জাগিব।

3.নিজৰ ওপজা ঠাই খনৰ প্ৰতি চেনেহ জাগিব

4.মাতৃ ভাষাৰ প্ৰতি আগ্ৰহী কৰি তোলা।

বিশেষ উদ্দেশ্য:-

1) জ্ঞান-নিজৰ ওপজা ঠাইখন ,নিজৰ মাতৃভাষা,আৰু দেশ খনেই যে সাৱটোতকৈ আপোন কবিয়ে কবিতা তোৰ জৰিয়তে তাকে বুজাব চেষ্টা কৰিছে।

2) বোধ- নিজৰ ভাষা,নিজৰ ঠাইৰ আকাশ,বতাহ ,নৈ জান জুৰি এই সকলো বোৰৰ মহিমা অপাৰ।

3) ৰুচি- মাতৃভাষাৰ বিভিন্ন লিখনি,বিশেষকৈ কাব্য-সাহিত্য চৰ্চা প্ৰতি ছাত্র-ছাত্ৰীৰ ৰুচি জন্মোৱা।

4) কৌশল-যতি উপযুক্ত প্ৰযোগৰ যোগেদি প্ৰকাশ ভংগীৰ মান উন্নত কৰা।

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
প্ৰস্তাৱনাপূৰ্ব জ্ঞান পৰীক্ষা আৰু মনোযোগ আকৰ্ষণশিক্ষকে হাঁহি মুখে শ্ৰেণী কক্ষত প্ৰৱেশ কৰিব আৰু অনুকূল পৰিবেশৰ সৃষ্টি কৰিবৰ বাবে পাঠৰ লগত সংগতি ৰাখি তলত দিয়া ধৰণেৰে প্ৰশ্ন সমূহ সুধিব-

 

ক)কিয় আমাৰ নিজৰ ঠাইখন ইমান প্রিয়

খ)কিয় আমি আমাৰ নিজৰ নিজৰ ভাষা তোক ইমান ভালপাওঁ?

ছাত্র-ছাত্ৰী সকলে থিয় হৈ শিক্ষকক সম্ভাষণ জনাব।শিক্ষকে কোৱা কথালৈ মন কৰিব। 

 

 

 

জ্ঞান

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনকবি পৰিচয়

 

 

 

 

 

 

 

 

 

শিক্ষকৰ আদৰ্শ পাঠ

শিক্ষকে কবিৰ পৰিচয় দাঙি ধৰিব এনেদৰে-নৱকান্ত  বৰুৱাৰ জন্ম হয় 1926।তেওঁ এজন অসমীয়া সাহিত্য জগতৰ অতি পৰিচিত নাম।তেওঁ”ককাদেউতাৰ হাড়” নামৰ উপন্যাস  খনৰ বাবে “সাহিত্য অকাডেমি বঁটা” লাভ কৰিছিল।

 

 

 

কবিতাটোৰ ছন্দ, লয় আদিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে আদর্শ পাঠ দিব।

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে পুঠিখন চাই যাব।

 

 

 

 

 

বোধ

 

 

 

 

 

 

কৌশল

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা প্ৰথম চাৰিটা শাৰী

 

 

 

 

 

 

 

 

 

শিক্ষকে প্ৰথম চাৰিটা শাৰীত থকা কথা খিনিৰ বাখ্যা দাঙি ধৰিব এইদৰে-“হয়তো নহব পাৰে মোৰ আই সবাতো শুৱনি তথাপি আপোন মোৰ আই…………..চিনাই।

 

 

কবিতাটোত কবিয়ে আই দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে – ইয়াৰ কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালো ।

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা দ্বিতীয় চাৰিটা  শাৰী

 

 

 

 

 

 

 

শিক্ষনীয় আহিলা প্ৰয়োগ

 

 

 

 

 

 

 

 

শিক্ষকে দ্বিতীয় চাৰিটা শাৰীত থকা কথা খিনিৰ বাখ্যা দাঙি ধৰিব “হয়তো নহব পাৰে মোৰ দেশ সবাতো চহকী তথাপি আপোন মোৰ দেশ……. শেষ।

 

 

কবিয়ে আমাৰ দেশ খন ধনে-ধানে চহকী নহয় যদিও কিন্তু এই দেশ খনেই কবিৰ অতি প্ৰিয় বুলি উল্লেখ কৰিছে।

এইদৰে বাখ্যা কৰাৰ পিছত তলত দিয়া ধৰণে প্ৰশ্ন কৰিব

ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে  ?

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে উত্তৰ দিবলৈ চেষ্টা কৰিব।

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা তৃতীয় চাৰিটা  শাৰী

 

 

 

 

 

 

 

শিক্ষনীয় আহিলা প্ৰয়োগ

 

 

 

 

 

 

 

 

শিক্ষকে তৃতীয় চাৰিটা শাৰীত থকা কথা খিনিৰ বাখ্যা দাঙি ধৰিব

 

“ হয়তো নহব পাৰে  মোৰ ভাষা সবাতো সুৰীয়া……..শান্তি আশা।“

আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন  বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভষাৰে মনৰ ভাব প্ৰকাশ কৰিব পাৰু

সেইফালৰ পৰা মাতৃভষা আমাৰ বাবে সবাতোকৈ আপোন  ।

এইদৰে বাখ্যা কৰাৰ পিছত তলত দিয়া ধৰণে প্ৰশ্ন কৰিব

ক)  কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে ?

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে উত্তৰ দিবলৈ চেষ্টা কৰিব।

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা  চতুৰ্থ চাৰিটা  শাৰী

 

 

 

 

 

 

 

শিক্ষনীয় আহিলা প্ৰয়োগ

 

 

 

 

 

 

 

কঠিন শব্দাৰ্থ

 

 

 

শিক্ষকে  চতুৰ্থ চাৰিটা শাৰীত থকা কথা খিনিৰ বাখ্যা দাঙি ধৰিব

 

“ইয়াত কবিয়ে নিজৰ ভাষাৰে জগত জিনাৰ কথা কৈছে।আৰু এই বিশাল পৃথিৱী খনত সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ কথা কৈছে।।“

এইদৰে বাখ্যা কৰাৰ পিছত তলত দিয়া ধৰণে প্ৰশ্ন কৰিব

ক) সুবিশাল পৃথিৱীত কাৰ স ‘তে , কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ?

 

 

শিক্ষকে ছাত্র-ছাত্ৰী সকলৰ পৰা কঠিন শব্দাৰ্থ সংগ্ৰহ কৰি তাৰ অৰ্থ সমূহ কয় দিব।

মহিমা- গৌৰৱ

সুৰীয়া-শুৱলা

সুবিশাল-বৰ ডাঙৰ

 

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে উত্তৰ দিবলৈ চেষ্টা কৰিব।

 

ছাত্র-ছাত্ৰী সকলে নিজৰ টোকা বহীত লিখি লব।

 

 

 

 

 

 

জ্ঞান

 

 

 

 

 

 

 

 

 

 

জ্ঞান

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
মূল্যায়ন 

 

 

 

 

 

 

 

 

 

 

 

এইদৰে শিক্ষকে ছাত্র-ছাত্ৰী সকলক আলোচনা কৰা মূল কবিতাটিৰ কথাখিনি আকৌ এবাৰ থুল মূলকৈ আলোচনা কৰিব।

 

 

সময়ৰ সংকেত পোৱাৰ লগে লগে শিক্ষকে নিজৰ দৰকাৰী আহিলা সমুহ লৈ শ্ৰেণী কক্ষ ত্যাগ কৰিব।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

পাঠ আঁচনি-2

বিদ্যালয়ৰ নাম-বিষয়-অসমীয়া
শ্ৰেণী-ষষ্ঠ  কিতাপৰ নাম-অংকুৰণ
 ছাত্ৰ-ছাত্ৰীৰ সংখ্যা-পাঠতিৰ নাম-বুধিয়ক বীৰবল
বয়সৰ গড়-বিশেষ্য-বিশেষণ পদ
 সময়-শিক্ষকৰ নাম-নিপু বৰা
  তাৰিখ-
  

সাধাৰণ উদ্দেশ্য

  1. পদ কাক কয় সেই বিষয়ে ছাত্র-ছাত্ৰী সকলক জনোৱা।
  2. বিশেষ্য-বিশেষণ পদৰ জ্ঞান লাভ কৰিব পাৰিব
  3. ব্যাকৰণৰ শিক্ষাই ছাত্র-ছাত্ৰী সকলক অসমীয়া ভাষাটোৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব।

বিশেষ উদ্দেশ্য:-

  1. অসমীয়া ব্যাকৰণৰ বিশেষ্য-বিশেষণ পদৰ থুলমূল আলোচনা আগবঢ়োৱা।
  2. “সাৱটোতকৈ আপোন “কবিতাটোত থকা বিশেষ্য-বিশেষণ পদ সমুহ বাছি উলিওৱা
সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
প্ৰস্তাৱনা       পদশিক্ষকে হাঁহি মুখে শ্ৰেণী কক্ষত প্ৰৱেশ কৰিব আৰু অনুকূল পৰিবেশৰ সৃষ্টি কৰিবৰ বাবে পাঠৰ লগত সংগতি ৰাখি পদৰ ওপৰত থুলমূল জ্ঞান দিম বুলি বুলি পাঠদান আৰম্ভ কৰিব।

 

 

বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দক পদ বোলে ।পদ চাৰি প্ৰকাকৰ-

1.বিশেষ্য

2.বিশেষণ

3.সৰ্বনাম

4. ক্ৰিয়া

 

ছাত্র-ছাত্ৰী সকলে থিয় হৈ শিক্ষকক সম্ভাষণ জনাব।শিক্ষকে কোৱা কথালৈ মন কৰিব।

 

 

 

 

 

 

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনবিশেষ্য পদ

 

 

 

 

 

 

 

 

 

 

শিক্ষকে বিশেষ্য পদ কাক বোলে সেইয়া সহজ ভাষাত বুজাই দিব।

 

 

 

লগতে বিশেষ্য পদৰ  পাঁচতা  প্ৰকাৰৰ উল্লেখ কৰিব আৰু ব্লেকবোৰ্ড লিখি দিব।

 

 

 

বাকী ছাত্র-ছাত্ৰী মানোযোগেৰে শুনি যাব।

 

 

 

 

ছাত্র-ছাত্ৰীয়ে নিজৰ টোকা বহীত লিখি যাব

 

 

 

 

 

 

 

 

 

 

 

জ্ঞান

 

 

 

 

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনবিশেষণ পদ

 

 

 

 

 

 

 

 

শিক্ষকে বিশেষণ পদ কাক বোলে আৰু ইয়াৰ তিনিটা প্ৰকাকৰ বিষয়ে আলোচনা কৰিব।

 

 

শিক্ষকে ছাত্র-ছাত্ৰী সকলক টোকা বহীত লিখি যাব নিৰ্দেশ দিব।

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

ছাত্র-ছাত্ৰীয়ে নিজৰ টোকা বহীত লিখি যাব

 

 

 

 

 

 

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপন 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

শিক্ষকে পুনৰ এবাৰ পদৰ বিশেষকৈ বিশেষ্য-বিশেষণ পদৰ পুনৰ আলোচনা কৰিব ।

 

এইদৰে বাখ্যা কৰাৰ পিছত তলত দিয়া ধৰণে প্ৰশ্ন কৰিব

ক) “সবাতোকৈ আপোন” কবিতাটোৰ পৰা বিশেষ্য-বিশেষণপদ বোৰ বাছি উলিওৱা।

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

ছাত্র-ছাত্ৰী সকলে উত্তৰ দিবলৈ চেষ্টা কৰিব।

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
মূল্যায়ন 

 

 

 

 

 

 

 

 

 

 

 

সময়ৰ সংকেত পোৱাৰ লগে লগে শিক্ষকে নিজৰ দৰকাৰী আহিলা সমুহ লৈ শ্ৰেণী কক্ষ ত্যাগ কৰিব। 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

পাঠ আঁচনি-3

বিদ্যালয়ৰ নাম-বিষয়-অসমীয়া
শ্ৰেণী-ষষ্ঠ  কিতাপৰ নাম-অংকুৰণ
 ছাত্ৰ-ছাত্ৰীৰ সংখ্যা-পাঠতিৰ নাম-বুধিয়ক বীৰবল
বয়সৰ গড়-কবি-
 সময়-শিক্ষকৰ নাম-নিপু বৰা
  তাৰিখ-
  

সাধাৰণ উদ্দেশ্য

  1. পাঠতিৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলে কি দৰে কঠিন কাম সমুহ বুদ্ধিৰে কৰিব পাৰি সেইয়া জানিব পাৰিব।
  2. চৰাই-চিৰিকটি যে আমি সুৰক্ষা দিব লাগে সেইয়া বধ কৰিব নালাগে তাৰ উপলব্ধি কৰিব পাৰিব।

বিশেষ উদ্দেশ্য:-

  • জ্ঞান- বুদ্ধিৰে কাকো মনুকষ্ট নিদিয়াকৈ কিদৰে নিজৰ লক্ষ্যত উপনীত হব পাৰি পাঠতিৰ জৰিয়তে তাকেই বুজাইছে।
  • বোধ- ছাত্র-ছাত্ৰী সকলক সাধু কথাৰ প্ৰতি মনোগ্ৰাহী কৰি তোলা।
  • ৰুচি- মাতৃভাষাৰ বিভিন্ন লিখনি,বিশেষকৈ কাব্য-সাহিত্য চৰ্চা প্ৰতি ছাত্র-ছাত্ৰীৰ ৰুচি জন্মোৱা।
  • কৌশল-যতি উপযুক্ত প্ৰযোগৰ যোগেদি প্ৰকাশ ভংগীৰ মান উন্নত কৰা।
সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
প্ৰস্তাৱনাপূৰ্ব জ্ঞান পৰীক্ষা আৰু মনোযোগ আকৰ্ষণশিক্ষকে হাঁহি মুখে শ্ৰেণী কক্ষত প্ৰৱেশ কৰিব আৰু অনুকূল পৰিবেশৰ সৃষ্টি কৰিবৰ বাবে পাঠৰ লগত সংগতি ৰাখি তলত দিয়া ধৰণেৰে প্ৰশ্ন সমূহ সুধিব-

 

ক) তোমালোক যেতিয়া বিপদত পৰা বা কাৰো ক্ষতি নোহোৱাকৈ কিবা যিকোনো এটা লক্ষ্যত উপনীত হব বিচৰা তেতিয়া কি কৰা?

 

ছাত্র-ছাত্ৰী সকলে থিয় হৈ শিক্ষকক সম্ভাষণ জনাব।শিক্ষকে কোৱা কথালৈ মন কৰিব।

 

 

 

 

ছাত্র-ছাত্ৰী সকলে উত্তৰ দিবলৈ চেষ্টা কৰিব।

 

 

 

 

 

পাঠ ঘোষনা-

প্ৰশ্ন তোৰ যথা-যথ উত্তৰ পোৱাৰ পাছত পাঠ তিৰ নাম আলোচনা কৰিম বুলি কৈ পাঠটোৰ নাম ব্লেক বোৰ্ড লিখি দিব।

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনছাত্র-ছাত্ৰীক সৰৱ আৰু নীৰৱ পঠন।

 

 

 

 

 

 

 

 

 

 

শিক্ষকৰ আদৰ্শ পাঠ

শিক্ষকে কেইজনমান ছাত্র-ছাত্ৰীক সৰৱ পঠন কৰিবলৈ দিব আৰু অন্য শিক্ষাৰ্থী সকলে নীৰৱ পঠন কৰিব ।

 

 

শিক্ষকে ছাত্র-ছাত্ৰীৰ পৰা কঠিন শব্দ বোৰ সংগ্ৰহ কৰি তাৰ অৰ্থ সমুহ ব্লেকবোৰ্ড লিখি দিব।

 

কবিতাটোৰ ছন্দ, লয় আদিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে আদর্শ পাঠ দিব।

বাকী ছাত্র-ছাত্ৰী নীৰৱে পুথি খন চাই যাব

 

 

 

 

ছাত্র-ছাত্ৰীয়ে নিজৰ টোকা বহীত লিখি যাব

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে পুঠিখন চাই যাব।

 

 

 

কৌশল।

 

 

 

জ্ঞান

 

 

 

 

 

 

কৌশল

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা প্ৰথম

 

দফা

 

 

 

 

 

 

 

শিক্ষকে প্ৰথম দফা শাৰীত থকা কথা খিনিৰ বাখ্যা দাঙি ধৰিব এইদৰে-“কেনেদৰে ডেকা কালত আকবৰে চিকাৰ কৰি ভাল পাইছিল আৰু তেওঁ যে সদায় চিকাৰ কৰিব যাওঁতে বীৰবলক লগতে লৈ গৈছিল……।

 

 

 

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা দ্বিতীয় দফা

 

 

 

 

 

 

 

 

 

শিক্ষনীয় আহিলা প্ৰয়োগ

 

 

 

 

 

 

 

 

শিক্ষকে দ্বিতীয় দফা শাৰীত থকা কথা খিনিৰ বাখ্যা দাঙি ধৰিব -কেনেদৰে চিকাৰ কৰিব যাওঁতে ফেঁচা দুটাই কুৰুলিয়াই আছিল আৰু বীৰ বলে সিহঁতৰ ভাষা বুজি পাওঁ বুলি তাৰ বাখ্যা কেনেদৰে আকবৰ আগত দাঙি ধৰিছিল ।

 

 

এইদৰে বাখ্যা কৰাৰ পিছত তলত দিয়া ধৰণে প্ৰশ্ন কৰিব

ক) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল ?

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে উত্তৰ দিবলৈ চেষ্টা কৰিব।

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা তৃতীয় দফা

 

 

 

 

 

 

 

 

 

 

শিক্ষনীয় আহিলা প্ৰয়োগ

 

 

 

 

 

 

 

 

শিক্ষকে তৃতীয় দফাৰ  কথা খিনিৰ বাখ্যা দাঙি ধৰিববীৰবলে ফেঁচা দুটাক দুখন ৰাজ্যৰ ৰজা বুলি চিনাকি দি দুয়োৰে  সন্তানৰ মাজত বিয়া পতা কথা আলোচনা কৰা।আৰু বিয়াত চল্লিশ খন অৰন্য কিয় দিব সেইয়া উল্লেখ কৰিছিল।

 

এইদৰে বাখ্যা কৰাৰ পিছত তলত দিয়া ধৰণে প্ৰশ্ন কৰিব

ক)  পশু – পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি্  ৰাজকোঁৱৰৰ পিতাকে সুধিছিল ?

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে উত্তৰ দিবলৈ চেষ্টা কৰিব।

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা  চতুৰ্থ দফা

 

 

 

 

 

 

 

 

শিক্ষনীয় আহিলা প্ৰয়োগ

 

 

 

 

 

 

 

 

 

 

শিক্ষকে  চতুৰ্থ দফাৰ কথা খিনিৰ বাখ্যা দাঙি ধৰিব-শেষত কেনেদৰে বীৰবলে আকবৰক উপলব্ধি কৰিছিল যে এইদৰে চৰাই মাৰি থাকিলে এদিন এই হাবি বোৰত চৰাই নোহোৱা হব

 

এইদৰে বাখ্যা কৰাৰ পিছত তলত দিয়া ধৰণে প্ৰশ্ন কৰিব

ক)  ৰাজকন্যাৰ পিতাকে দুমাহ সময় বিচাৰিছিল কিয় ?

 

 

 

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে উত্তৰ দিবলৈ চেষ্টা কৰিব।

 

 

 

 

 

 

 

 

জ্ঞান

 

 

 

 

 

 

 

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
মূল্যায়ন 

 

 

 

 

 

 

 

 

 

 

 

এইদৰে শিক্ষকে ছাত্র-ছাত্ৰী সকলকৰ লগত আলোচনা কৰা মূল পাঠতিৰ কথাখিনি আকৌ এবাৰ থুল মূলকৈ আলোচনা কৰিব।

 

 

সময়ৰ সংকেত পোৱাৰ লগে লগে শিক্ষকে নিজৰ দৰকাৰী আহিলা সমুহ লৈ শ্ৰেণী কক্ষ ত্যাগ কৰিব।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

পাঠ আঁচনি-4

বিদ্যালয়ৰ নাম-বিষয়-অসমীয়া
শ্ৰেণী-ষষ্ঠ  কিতাপৰ নাম-অংকুৰণ
 ছাত্ৰ-ছাত্ৰীৰ সংখ্যা-পাঠতিৰ নাম-বিহুৰ আদৰণি ।
বয়সৰ গড়-কবি-   মিত্ৰদেৱ মহন্ত
 সময়-শিক্ষৰ নাম-নিপু বৰা
  তাৰিখ-
  

সাধাৰণ উদ্দেশ্য

  1. কবিতা তোৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলে বিহুৰ আগনমত কেনে এক পৰিবেশৰ সৃষ্টি হয় সেইয়া অনুভৱ কৰিব পাৰিব।

2.বিহুৰ বিষয়ে জানিবৰ বাবে আগ্ৰহী হব।

বিশেষ উদ্দেশ্য:-

1)জ্ঞান-বিহুত কেনেধৰণৰ উপকৰণ সমুহৰ যোগাৰ কৰা হয় বা কেনে ধৰণেৰে কৰা হয় সেই সমুহ জানিব পাৰিব

2)বোধ- নিজৰ সংস্কৃতিৰ প্ৰতি ছাত্র-ছাত্ৰী সকলৰ মনত আগ্ৰহ জন্মিব

3) ৰুচি- মাতৃভাষাৰ বিভিন্ন লিখনি,বিশেষকৈ কাব্য-সাহিত্য চৰ্চা প্ৰতি ছাত্র-ছাত্ৰীৰ ৰুচি জন্মোৱা।

4)কৌশল-যতি উপযুক্ত প্ৰযোগৰ যোগেদি প্ৰকাশ ভংগীৰ মান উন্নত কৰা।

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
প্ৰস্তাৱনাপূৰ্ব জ্ঞান পৰীক্ষা আৰু মনোযোগ আকৰ্ষণশিক্ষকে হাঁহি মুখে শ্ৰেণী কক্ষত প্ৰৱেশ কৰিব আৰু অনুকূল পৰিবেশৰ সৃষ্টি কৰিবৰ বাবে পাঠৰ লগত সংগতি ৰাখি তলত দিয়া ধৰণেৰে প্ৰশ্ন সমূহ সুধিব-

 

ক)বিহু কিয় আমাৰ ইমান প্রিয়?

 

ছাত্র-ছাত্ৰী সকলে থিয় হৈ শিক্ষকক সম্ভাষণ জনাব।শিক্ষকে কোৱা কথালৈ মন কৰিব। 

 

 

 

জ্ঞান

পাঠ ঘোষনা:- উপৰোক্ত প্ৰশ্নৰ উত্তৰ পোৱাৰ লগে লগে শিক্ষকে পাঠ আৰম্ভ কৰিব।

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনকবি পৰিচয়

 

 

 

 

 

 

 

 

 

শিক্ষকৰ আদৰ্শ পাঠ

শিক্ষকে কবিৰ পৰিচয় দাঙি ধৰিব -মিত্ৰদেৱ মহন্তৰ জন্ম হয় 1894 যোৰহাটত।শিশু-সাহিত্যলৈ তেখেতৰ অৱদান সৰ্বজনবিদিত।তেখেতৰ দ্বাৰা ৰচিত”চিৰ চেনেহী মোৰ ভাষা জাননী’ গীতটি অসম সাহিত্য সভাৰ আৰম্ভনী গীত

 

 

কবিতাটোৰ ছন্দ, লয় আদিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে আদর্শ পাঠ দিব।

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে পুঠিখন চাই যাব।

 

 

 

 

 

বোধ

 

 

 

 

 

 

কৌশল

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা প্ৰথম চাৰিটা শাৰী

 

 

 

 

 

 

 

 

 

শিক্ষকে প্ৰথম চাৰিটা শাৰীত থকা কথা খিনিৰ বাখ্যা দাঙি ধৰিব এইদৰে-শুনা ঐ চ ‘তাই পেঁপাতিবজাই…………….থাকিম কিমান লৈ।

 

 

কবিতাটোত কবিয়ে –

ইয়াত কবিয়ে চ’ত মাহক পেঁপাতি বজাই বহাগক আদৰি অনা কথা উল্লেখ কৰিছে। পদূলিৰ মুখত ৰৈ ৰৈ ৰঙালীৰ বাবে কবিৰ আমনি লাগিছে বুলি কৈছে।

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা দ্বিতীয় ছটা  শাৰী

 

 

 

 

 

 

 

শিক্ষনীয় আহিলা প্ৰয়োগ

 

 

 

 

 

 

 

 

শিক্ষকে দ্বিতীয় চাৰিটা শাৰীত থকা কথা খিনিৰ বাখ্যা দাঙি ধৰিব -আনিলোঁ জেতুকা   আনিলোঁ থেৰেজু………………পেলালে জুৰি।

 

 

কবিয়ে কি কি বস্তু সংগ্ৰহ কৰিছিল সেইয়া উল্লেখ কৰিছে।কাঁচিদৰীয়া পাতৰ এবিধ ওখ গছ আৰু তাৰ ফল আৰু বহম থুৰি।

এইদৰে বাখ্যা কৰাৰ পিছত তলত দিয়া ধৰণে প্ৰশ্ন কৰিব

ক) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে ?

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

 

 

ছাত্র-ছাত্ৰী সকলে উত্তৰ দিবলৈ চেষ্টা কৰিব।

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
উপস্থাপনপাঠৰ আলোচনা তৃতীয় ছটাশাৰী

 

 

 

 

 

 

 

 

 

 

 

 

 

 

শিক্ষকে তৃতীয় চাৰিটা শাৰীত থকা কথা খিনিৰ বাখ্যা দাঙি ধৰিব

 

“ আনিলোঁ হালধি থেকেৰা বেঙেনা…………সাৰিলোঁ চোতাল বাট।

 

ছাত্র-ছাত্ৰী সকলে মনোযোগে ৰে শুনিব যাব।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

জ্ঞান

 

 

 

 

সোপানশিক্ষনীয় বিষয় বস্তুশিক্ষকৰ কাৰ্যাৱলীছাত্র-ছাত্ৰীৰ কাৰ্যৱালীআকাংক্ষিত ফলাফল
মূল্যায়ন 

 

 

 

 

 

 

 

 

 

 

 

এইদৰে শিক্ষকে ছাত্র-ছাত্ৰী সকলক আলোচনা কৰা মূল কবিতাটিৰ কথাখিনি আকৌ এবাৰ থুল মূলকৈ আলোচনা কৰিব।

 

 

সময়ৰ সংকেত পোৱাৰ লগে লগে শিক্ষকে নিজৰ দৰকাৰী আহিলা সমুহ লৈ শ্ৰেণী কক্ষ ত্যাগ কৰিব।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

error: Content is protected !!